Education For Assam
Tamil
, , India
Movies & Entertainment, TV Show Reviews

4K videos

431K subscribers

Education For Assam
যিকোনো সহায়ৰ বাবে Mail কৰিব পাৰে educationforassam@gmail.com *-*-*-*-*-*-*-*-* 🙏 নমস্কাৰ 🙏 👉বন্ধু -বান্ধৱী তথা সমূহ অসমবাসী ৰাইজ৷👈 👉👉 এই শিক্ষামূলক ইউটিউব চেনেল - ''Education For Assam (অসম)" লৈ আপোনালোকক প্ৰথমতে স্বাগতম জনাইছো ।🙏 এই চেনেলটোত আপোনালোকে অসমীয়া ভাষাত অসমৰ তথা ভাৰতবৰ্ষৰ সকলো ধৰণৰ চৰকাৰী তথা বেচৰকাৰী চাকৰিৰ খবৰ পাব । তাতোকৈ ডাঙৰ কথা এই চাকৰীৰ বাবে কি কি পঢ়িব লাগিব তাৰে ওপৰত সদায় Video Class পাই থকিব ।। ইয়াত কি কি বিষয় পাব - ১) Quantitative Aptitute (গণিত) ২) Reasoning Ability (সামান্য বুদ্ধিমত্তা) ৩) General Knowledge (সাধাৰণ জ্ঞান) ৪) Computer Knowledge (কম্পিউটাৰ জ্ঞান) ৫) General Studies (Science, Geography, Polity, Economics, History) ইয়াত কি কি Exam ৰ সম্পূৰ্ণ Syllabus (Video Playlis) পাব - ADRE, Assam Police, Railway, DHS, TET, APSC, SSC, DC Office JA, High Court, Railway আহক আমি অসমবাসী ছাত্ৰ-ছাত্ৰী সকলে একেলগে আগবাঢ়ো । ভাৰতবৰ্ষৰ সকলো Competitive Exam ৰ বাবে আমিও সাজু হওঁ । Education for Assam 👉 ধন্যবাদ 👈

Recent YouTube Videos (6 videos)

YOUTUBE VIDEO
Click to watch on YouTube
3:45
Sample YouTube Video #1
YOUTUBE VIDEO
Click to watch on YouTube
7:22
Sample YouTube Video #2
YOUTUBE VIDEO
Click to watch on YouTube
3:45
Sample YouTube Video #3
YOUTUBE VIDEO
Click to watch on YouTube
7:22
Sample YouTube Video #4
YOUTUBE VIDEO
Click to watch on YouTube
3:45
Sample YouTube Video #5
YOUTUBE VIDEO
Click to watch on YouTube
7:22
Sample YouTube Video #6
Profile Engagement
Average Likes 0
Video views 0
Comments 0
Campaign History 0
My Commercials
Items Prices Comments